അർത്ഥം : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
							ഉദാഹരണം : 
							সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
							
പര്യായപദങ്ങൾ : কুচ-কাৱাজ
അർത്ഥം : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
							ഉദാഹരണം : 
							এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
							
പര്യായപദങ്ങൾ : ড্রিল মেচিন, ড্রিলিং মেচিন