അർത്ഥം : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
							ഉദാഹരണം : 
							ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
							
പര്യായപദങ്ങൾ : পোষ্ট
അർത്ഥം : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
							ഉദാഹരണം : 
							মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
							
അർത്ഥം : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
							ഉദാഹരണം : 
							মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ