അർത്ഥം : খুব ভালকৈ ভৰি থকা
							ഉദാഹരണം : 
							এই মোনাটো সূতাৰে ঠাহ খাই আছে
							
അർത്ഥം : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
							ഉദാഹരണം : 
							ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
							
അർത്ഥം : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
							ഉദാഹരണം : 
							ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
							
പര്യായപദങ്ങൾ : ভর্তি হোৱা, ভৰি থকা