അർത്ഥം : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
							ഉദാഹരണം : 
							তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
							
പര്യായപദങ്ങൾ : বিদ্রূপ কৰা, ব্যঙ্গ কৰা
അർത്ഥം : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
							ഉദാഹരണം : 
							তেওঁ ্সদায় আনৰ নিন্দা কৰে
							
പര്യായപദങ്ങൾ : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা
അർത്ഥം : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা
							ഉദാഹരണം : 
							ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়
							
പര്യായപദങ്ങൾ : উপহাস কৰা
അർത്ഥം : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
							ഉദാഹരണം : 
							মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
							
പര്യായപദങ്ങൾ : ব্যঙ্গ কৰা
അർത്ഥം : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা
							ഉദാഹരണം : 
							পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল
							
പര്യായപദങ്ങൾ : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া