അർത്ഥം : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা
							ഉദാഹരണം : 
							আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে
							
അർത്ഥം : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							ഉദാഹരണം : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
പര്യായപദങ്ങൾ : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
അർത്ഥം : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা
							ഉദാഹരണം : 
							জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে
							
അർത്ഥം : চাকি আদি জ্বলা কার্য
							ഉദാഹരണം : 
							মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে
							
പര്യായപദങ്ങൾ : প্রজ্বলন কৰা