അർത്ഥം : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
							ഉദാഹരണം : 
							বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
							
പര്യായപദങ്ങൾ : জ্বলি যোৱা
അർത്ഥം : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ഉദാഹരണം : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
പര്യായപദങ്ങൾ : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা