അർത്ഥം : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব
							ഉദാഹരണം : 
							মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে
							
അർത്ഥം : শৰীৰৰ বল
							ഉദാഹരണം : 
							সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
							
പര്യായപദങ്ങൾ : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি