അർത്ഥം : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
							ഉദാഹരണം : 
							মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
							
പര്യായപദങ്ങൾ : জয়ী হোৱা, বিজয়ী হোৱা
അർത്ഥം : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
							ഉദാഹരണം : 
							স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
							
പര്യായപദങ്ങൾ : জয় কৰা
അർത്ഥം : প্রতিযোগিতাত সফলতা লাভ কৰা
							ഉദാഹരണം : 
							মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
							
പര്യായപദങ്ങൾ : সফল হোৱা