അർത്ഥം : হুচ অনা বা চেতন সম্পন্ন কৰা
							ഉദാഹരണം : 
							হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
							
അർത്ഥം : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
							ഉദാഹരണം : 
							মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
							
അർത്ഥം : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
							ഉദാഹരണം : 
							মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
							
പര്യായപദങ്ങൾ : উঠোৱা