അർത്ഥം : শত্রুৰ সেনা অথবা যুদ্ধৰ সময়ত কিলা ঘেৰি লোৱা কার্য
							ഉദാഹരണം : 
							চুলতানে তৎক্ষণাত ঘেৰাও উঠাই লʼবলৈ কʼলে
							
അർത്ഥം : কাৰোবাক চাৰিওফালৰ পৰা ঘেৰি লোৱা কার্য
							ഉദാഹരണം : 
							শত্রু সেনাই কিলাটো ঘেৰাও কৰিলে
							
അർത്ഥം : কোনো বিষয়াৰ পৰা নিজৰ কথা বা কোনো বিষয়ে সন্মত কৰাৰ কাৰণে কর্ম্্চাৰী, বিদ্যার্থী আদিৰ দ্বাৰা তেওঁক বেৰি ধৰা কার্য
							ഉദാഹരണം : 
							নিজৰ সমস্যাবোৰ লৈ ছাত্রসকলে প্রধান শিক্ষকক ঘেৰাও কৰিলে
							
പര്യായപദങ്ങൾ : ঘেৰাৱ