അർത്ഥം : মিস্ত্রীৰ কাম
							ഉദാഹരണം : 
							মনোহৰে চহৰত মিস্ত্রী কৰে
							
പര്യായപദങ്ങൾ : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
അർത്ഥം : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
							ഉദാഹരണം : 
							কাৰিকৰজন আজি কামলৈ নাহিল
							
പര്യായപദങ്ങൾ : কাৰিগৰ
അർത്ഥം : শিল্পৰ কাম কৰা ব্যক্তি
							ഉദാഹരണം : 
							তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি
							
പര്യായപദങ്ങൾ : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ