അർത്ഥം : পানী ভৰাবলৈ আৰু ৰাখিবলৈ ব্যৱহাৰ কৰা এবিধ বাচন:খালী কলহত পানী ভৰোৱা
							ഉദാഹരണം : 
							
							
പര്യായപദങ്ങൾ : ঘট
അർത്ഥം : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
							ഉദാഹരണം : 
							তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
							
പര്യായപദങ്ങൾ : কন্দল, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
അർത്ഥം : মাটি, ধাতু আদিৰ ডিঙি দীঘল আৰু ঠেক এবিধ পানী ৰখা পাত্র
							ഉദാഹരണം : 
							কলহৰ পানী গৰমতো ঠাণ্ডা হৈ থাকে