അർത്ഥം : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
							ഉദാഹരണം : 
							বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
							
പര്യായപദങ്ങൾ : তাকৰ হোৱা, ন্যূন হোৱা
അർത്ഥം : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
							ഉദാഹരണം : 
							তেওঁৰ ্উপার্জন কমি আহিছে
							
പര്യായപദങ്ങൾ : সংকুচিত হোৱা
അർത്ഥം : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
							ഉദാഹരണം : 
							তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
							
പര്യായപദങ്ങൾ : হ্রাস পোৱা