അർത്ഥം : দেহত এক শিহৰণ অনুভৱ কৰা
							ഉദാഹരണം : 
							ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
							
പര്യായപദങ്ങൾ : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
അർത്ഥം : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
							ഉദാഹരണം : 
							উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
							
പര്യായപദങ്ങൾ : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা