അർത്ഥം : কোনো কিতাপ আদি ছপা কৰি অনা
							ഉദാഹരണം : 
							তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
							
പര്യായപദങ്ങൾ : প্রকাশিত হোৱা
അർത്ഥം : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							ഉദാഹരണം : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
പര്യായപദങ്ങൾ : পৃথক হোৱা
അർത്ഥം : এৰি দিয়া
							ഉദാഹരണം : 
							এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল
							
പര്യായപദങ്ങൾ : মুক্ত হোৱা
അർത്ഥം : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
							ഉദാഹരണം : 
							বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
							
പര്യായപദങ്ങൾ : গুচি যোৱা
അർത്ഥം : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
							ഉദാഹരണം : 
							গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
							
അർത്ഥം : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
							ഉദാഹരണം : 
							আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
							
അർത്ഥം : প্রচলিত হোৱা
							ഉദാഹരണം : 
							ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
							
അർത്ഥം : অনায়াসে উচ্চাৰিত হোৱা
							ഉദാഹരണം : 
							গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
							
അർത്ഥം : অন্য কোনোফালে বাঢ়ি থকা
							ഉദാഹരണം : 
							এই মেজখনৰ কোণাটো অলপ ওলাইছে
							
അർത്ഥം : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
							ഉദാഹരണം : 
							গংগা গংগোত্রীৰ পৰা ওলাইছে
							
പര്യായപദങ്ങൾ : নি্র্গত ্হোৱা