അർത്ഥം : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
							ഉദാഹരണം : 
							উৰাজাহাজখন বহুত ওপৰত উৰি আছে
							
പര്യായപദങ്ങൾ : উচ্চতা
അർത്ഥം : লিখা-মেলাৰ একেবাৰে প্রথমত
							ഉദാഹരണം : 
							ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
							
അർത്ഥം : সহায়ৰ আধাৰত
							ഉദാഹരണം : 
							মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে