അർത്ഥം : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
							ഉദാഹരണം : 
							এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
							
പര്യായപദങ്ങൾ : পৰিমাপ
അർത്ഥം : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
							ഉദാഹരണം : 
							আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
							
പര്യായപദങ്ങൾ : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ