അർത്ഥം : যিটো নিজ ইচ্ছাৰে কৰা হৈছে
							ഉദാഹരണം : 
							মই ইচ্ছাকৃতভাৱে কাম কৰিবলৈ ভাল পাওঁ
							
പര്യായപദങ്ങൾ : ইচ্ছাকৃত
അർത്ഥം : নিজ ইচ্ছাৰে গ্রহণ কৰিব পৰা দুই বা ততোধিক বস্তুৰ কোনো এটা
							ഉദാഹരണം : 
							প্রশ্ন পত্রত দুটা বাধ্যতামূলক আৰু চাৰিটা ঐচ্ছিক প্রশ্ন দিয়া হৈছে
							
പര്യായപദങ്ങൾ : বিকল্পযুক্ত, বৈকল্পিক