അർത്ഥം : বিশ্বাস আদি ভাৱনাবোৰ স্থিৰ হৈ নথকা
							ഉദാഹരണം : 
							এনেকুৱা পৰিস্থিত লʼৰাবোৰৰ আত্মবিশ্বাসত উগুল-থুগুল লাগে
							
പര്യായപദങ്ങൾ : অস্থিৰ হোৱা
അർത്ഥം : কাৰোবাৰ মনত কোনো কথাৰ ইচ্ছা বা উৎকণ্ঠা জগোৱা
							ഉദാഹരണം : 
							দাদা বিদেশৰ পৰা উভতি অহাৰ খবৰ শুনি নবৌৰ মনটো উগুল-থুগুল লাগিল