അർത്ഥം : দ্বেষ বা বৈৰী ভাব নথকা অৱস্থা
							ഉദാഹരണം : 
							যি সমাজত দ্বেষশূন্যতা আছে, সেই সমাজ বিকাশৰ পথত অগ্রসৰ হয়
							
പര്യായപദങ്ങൾ : অবিদ্বেষ, ঈর্ষাশূন্যতা, দ্বেষশূন্যতা, বিদ্বেষাভাব, বিদ্বেষাভাৱ
അർത്ഥം : ঈর্ষাহীন হোৱা অৱস্থা বা ভাব
							ഉദാഹരണം : 
							ঈর্ষাহীনতাৰে সমাজত শান্তি আৰু সদ্ভাৱনা প্রতিষ্ঠা কৰিব পাৰি
							
പര്യായപദങ്ങൾ : অনসূয়া, দ্বেষহীনতা