അർത്ഥം : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
							ഉദാഹരണം : 
							ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
							
അർത്ഥം : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
							ഉദാഹരണം : 
							আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
							
പര്യായപദങ്ങൾ : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ