അർത്ഥം : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
							ഉദാഹരണം : 
							ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
							
പര്യായപദങ്ങൾ : জনসংখ্যা
അർത്ഥം : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
							ഉദാഹരണം : 
							ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
							
പര്യായപദങ്ങൾ : জনসংখ্যা
അർത്ഥം : বসতি কৰা কার্য বা অৱস্থা
							ഉദാഹരണം : 
							ভূমিকম্পত ঘন আবাদী থকা অঞ্চলত বহুত ক্ষয়-ক্ষতি হʼল