അർത്ഥം : পোস্তা বা আফুগছৰ দানা
							ഉദാഹരണം : 
							আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
							
പര്യായപദങ്ങൾ : আফুগুটি, পোস্তা, পোস্তাদানা
അർത്ഥം : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
							ഉദാഹരണം : 
							সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
							
പര്യായപദങ്ങൾ : আফিং