അർത്ഥം : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
							ഉദാഹരണം : 
							নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
							
പര്യായപദങ്ങൾ : নিৰস্ত্র
അർത്ഥം : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
							ഉദാഹരണം : 
							অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
							
പര്യായപദങ്ങൾ : অস্ত্রবিহীন
അർത്ഥം : যাৰ হাতত কোনো অস্ত্র নাই
							ഉദാഹരണം : 
							যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
							
പര്യായപദങ്ങൾ : নিৰস্ত্র