അർത്ഥം : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
							ഉദാഹരണം : 
							তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
							
പര്യായപദങ്ങൾ : উৎসর্গা
അർത്ഥം : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
							ഉദാഹരണം : 
							গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
							
അർത്ഥം : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
							ഉദാഹരണം : 
							মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
							
പര്യായപദങ്ങൾ : অধীন কৰা