അർത്ഥം : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
							ഉദാഹരണം : 
							তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
							
പര്യായപദങ്ങൾ : অন্যমনস্কতা, উদাসী, উদাসীনতা
അർത്ഥം : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
							ഉദാഹരണം : 
							আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
							
പര്യായപദങ്ങൾ : অসন্তুষ্টি, অসন্তোষ