അർത്ഥം : যি নি্র্ধাৰিত নহয়
							ഉദാഹരണം : 
							বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
							
പര്യായപദങ്ങൾ : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
അർത്ഥം : যিটো আশা কৰা নহয়
							ഉദാഹരണം : 
							মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
							
പര്യായപദങ്ങൾ : অনাকাংক্ষিত
അർത്ഥം : যি প্রত্যাশাৰ পৰা দূৰত
							ഉദാഹരണം : 
							ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
							
പര്യായപദങ്ങൾ : আশাতীত, প্রত্যাশাতীত