അർത്ഥം : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
							ഉദാഹരണം : 
							মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
							
പര്യായപദങ്ങൾ : আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন
അർത്ഥം : যি অহা নাই বা হোৱা নাই
							ഉദാഹരണം : 
							আমি অনাগত বন্ধুৰ অপেক্ষা কৰি আছোঁ
							
അർത്ഥം : ভৱিষ্যত কালত হʼবলগীয়া
							ഉദാഹരണം : 
							আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
							
പര്യായപദങ്ങൾ : উত্তৰকালীন, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ