അർത്ഥം : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
							ഉദാഹരണം : 
							কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
							
പര്യായപദങ്ങൾ : অংগচ্ছেদ, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
അർത്ഥം : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
							ഉദാഹരണം : 
							শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
							
പര്യായപദങ്ങൾ : অংগচ্ছেদ