അർത്ഥം : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
							ഉദാഹരണം : 
							এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
							
പര്യായപദങ്ങൾ : প্রস্থান কৰা
അർത്ഥം : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
							ഉദാഹരണം : 
							মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
							
പര്യായപദങ്ങൾ : গমন কৰা, প্রস্থান কৰা, যোৱা