അർത്ഥം : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
							ഉദാഹരണം : 
							বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
							
പര്യായപദങ്ങൾ : দো খোৱা
അർത്ഥം : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
							ഉദാഹരണം : 
							ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
							
പര്യായപദങ്ങൾ : অৱনমিত হোৱা, নমিত হোৱা