അർത്ഥം : সিন্ধু প্রদেশৰ অধিবাসী
							ഉദാഹരണം : 
							এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
							
അർത്ഥം : যি লিপিত সিন্ধী ভাষা লিখা হয়
							ഉദാഹരണം : 
							শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে
							
പര്യായപദങ്ങൾ : সিন্ধী লিপি
അർത്ഥം : সিন্ধুৰ ভাষা
							ഉദാഹരണം : 
							ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
							
പര്യായപദങ്ങൾ : সিন্ধী ভাষা, সিন্ধী-ভাষা
അർത്ഥം : সিন্ধু প্রদেশত বসতি কৰোতা
							ഉദാഹരണം : 
							উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
							
പര്യായപദങ്ങൾ : সিন্ধী বাসী, সিন্ধীবাসী
അർത്ഥം : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
							ഉദാഹരണം : 
							তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে