അർത്ഥം : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
							ഉദാഹരണം : 
							জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
							
പര്യായപദങ്ങൾ : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
അർത്ഥം : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
							ഉദാഹരണം : 
							শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে  শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
							
പര്യായപദങ്ങൾ : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা