അർത്ഥം : কোনো বস্তু, অধিকাৰ আদিৰ ভাল ধৰণে কৰা ব্যৱহাৰ
							ഉദാഹരണം : 
							আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে
							
അർത്ഥം : যি ব্যৱহাৰত ভাল ভাব থাকে
							ഉദാഹരണം : 
							আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে  সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
							
പര്യായപദങ്ങൾ : ভাল ব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ