അർത്ഥം : জল বা পানী যুক্ত
							ഉദാഹരണം : 
							বাৰিষা হোৱাৰ লগে লগে শুকান পুখুৰী আদি জলযুক্ত হৈ পৰিল
							
പര്യായപദങ്ങൾ : জলযুক্ত
അർത്ഥം : যি অশ্রুৰে পৰিপূর্ণ
							ഉദാഹരണം : 
							তেওঁৰ ্ ৰাম-কাহিনী শুনি মোৰ চকু চলচলীয়া হৈ পৰিল
							
പര്യായപദങ്ങൾ : অশ্রুকাতৰ, অশ্রুপূর্ণ, অশ্রুভৰা, অশ্রুময়, অশ্রুযুক্ত, অশ্রুসজল, অশ্রুসিক্ত, অশ্রুৰুদ্ধ, গলদশ্রু, চলচল, চলচলীয়া, ঢুলঢুলীয়া, বাষ্পাকুল