അർത്ഥം : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
							ഉദാഹരണം : 
							কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
							
പര്യായപദങ്ങൾ : মিশ্রণ
അർത്ഥം : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
							ഉദാഹരണം : 
							কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
							
അർത്ഥം : মিহলি হোৱা কার্য
							ഉദാഹരണം : 
							ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়