അർത്ഥം : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
							ഉദാഹരണം : 
							সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
							
അർത്ഥം : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
							ഉദാഹരണം : 
							মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
							
പര്യായപദങ്ങൾ : হেলমেট