അർത്ഥം : যিজনক কোনোবাই কিবা পঢ়াইছে বা শিকাইছে
							ഉദാഹരണം : 
							শিষ্য আৰু গুৰুৰ সম্পর্ক মধুৰ হোৱা উচিত
							
അർത്ഥം : যিজনে বিদ্যাশিক্ষা গ্রহণ কৰে
							ഉദാഹരണം : 
							এই শ্রেণীকোঠাত পঁচিশজন ছাত্র আছে
							
പര്യായപദങ്ങൾ : অধ্যয়নকাৰী, ছাত্র, জ্ঞানার্থী, বিদ্যার্থী, শিক্ষার্থী