അർത്ഥം : যাৰ একেবাৰ ওপৰৰ অংশ, বস্তু আদি (বিশেষকৈ শোভাবর্ধনক্াৰী) কোনো কাৰণবশতঃ নাইকিয়া হৈছে
							ഉദാഹരണം : 
							ধুমুহাৰ কাৰণে গোটেই হাবিখন লঠঙা হৈ গʼল গৰমৰ দিনত এই ্পর্বত ্লঠঙা হৈ পৰে
							
അർത്ഥം : পাত আৰু ঠাল-ঠেঙুলি আদি নথকা
							ഉദാഹരണം : 
							খেতিয়কে লঠঙা গছজোপাৰ শিপা খান্দি আছে