അർത്ഥം : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা
							ഉദാഹരണം : 
							সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে
							
അർത്ഥം : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							ഉദാഹരണം : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
പര്യായപദങ്ങൾ : পৰিধি
അർത്ഥം : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ
							ഉദാഹരണം : 
							উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে