അർത്ഥം : ডাঙৰৰ প্রতি ওপজা শ্রদ্ধা বা আদৰৰ ভাব
							ഉദാഹരണം : 
							সাধু, মহাত্মাসকলে জ্ঞান লাভ কৰিবৰ কাৰণে গুৰুৰ প্রতি ভক্তি থকাটো প্রয়োজন বুলি কৈ গৈছে
							
അർത്ഥം : দেৱ-দেৱী বা ভগৱানত প্রতি থকা বিশেষ প্রেম
							ഉദാഹരണം : 
							ঈশ্বৰৰ প্রতি ভক্তি থাকিব লাগে