അർത്ഥം : বৃদ্ধ হোৱা অৱস্থা
							ഉദാഹരണം : 
							সংযমী জীৱন অতিবাহিত কৰা কাৰণে বৃদ্ধাৱস্থাটো তেওঁক যুৱকৰ দৰে দেখি
							
അർത്ഥം : যি সময়ত কোনো লোক বৃদ্ধ হয়
							ഉദാഹരണം : 
							তেখেতৰ বৃদ্ধাৱস্থা বৰ কষ্টেৰে পাৰ হৈছে
							
പര്യായപദങ്ങൾ : বুঢ়াকাল