അർത്ഥം : যি কাৰোবাৰ বিৰুদ্ধে বিদ্রোহ কৰে
							ഉദാഹരണം : 
							বিদ্রোহী ব্যক্তিসকলে মন্ত্রীৰ আবাসত জুই লগাই দিলে
							
അർത്ഥം : বিদ্রোহ কৰোঁতা বা হানি কৰোঁতা
							ഉദാഹരണം : 
							বিদ্রোহী ব্যক্তিসকলেই দেশখনক বিপদত পেলাইছে
							
അർത്ഥം : বিদ্রোহৰ বা বিদ্রোহ সম্বন্ধী
							ഉദാഹരണം : 
							তেওঁ বিদ্রোহী ভাৱধাৰাক ঠন ধৰিবলৈ দি নিবিচাৰে বিদ্রোহী নেতাই ৰাষ্ট্র ব্যৱস্থাকে ওলোটাই দিলে