അർത്ഥം : প্রতিৰোধ বা বিৰোধ নকৰা
							ഉദാഹരണം : 
							অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
							
പര്യായപദങ്ങൾ : অপ্রতিহত, নির্বিবাদ, প্রতিৰোধহীন
അർത്ഥം : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
							ഉദാഹരണം : 
							হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
							
പര്യായപദങ്ങൾ : কুণ্ঠাৰহিত, নিৰঙ্কুশ, লেকাম নাইকিয়া, স্বেচ্ছাকৃত, স্বেচ্ছাচাৰী