അർത്ഥം : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
							ഉദാഹരണം : 
							মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
							
പര്യായപദങ്ങൾ : কেঁচুৱাশিশু, পেন্দুকণা, বালক
അർത്ഥം : কম বয়সীয়া লʼৰা বা ছোৱালী
							ഉദാഹരണം : 
							তেওঁ শিশুৰ কাৰণেও গল্প লিখে  এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
							
പര്യായപദങ്ങൾ : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী