അർത്ഥം : যʼত ফুল ফুলি আছে
							ഉദാഹരണം : 
							এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
							
അർത്ഥം : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
							ഉദാഹരണം : 
							চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
							
പര്യായപദങ്ങൾ : ফুলাম
അർത്ഥം : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
							ഉദാഹരണം : 
							বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
							
പര്യായപദങ്ങൾ : সপুষ্পক