അർത്ഥം : পৰম্পৰাবাদক মানি চলা ব্যক্তি
							ഉദാഹരണം : 
							পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
							
അർത്ഥം : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
							ഉദാഹരണം : 
							চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
							
പര്യായപദങ്ങൾ : ৰুঢ়ীবাদী
അർത്ഥം : পৰম্পৰাবাদক মানি চলা
							ഉദാഹരണം : 
							মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ