അർത്ഥം : শুক্লপক্ষৰ শেষৰ দিনটো যিদিনা জোনটো সকলো কলাৰে যুক্ত হৈ সম্পূর্ণৰূপে প্রতিভাত হয়
							ഉദാഹരണം : 
							পূর্ণিমাৰ জোন দেখিবলৈ ধুনীয়া
							
പര്യായപദങ്ങൾ : পূর্ণচন্দ্র, পূর্ণম্াসী, পূর্ণেন্দু
അർത്ഥം : অলপমানো আসোঁৱাহ নথকা জোনৰ পূর্ণ ৰূপ
							ഉദാഹരണം : 
							জোনাক ৰাতি পানীত পৰা পূর্ণিমাৰ প্রতিচ্ছবি দেখিবলৈ বৰ মোহনীয়া হয়
							
പര്യായപദങ്ങൾ : পুর্ণেন্দু, পূর্ণ চন্দ্র, ৰাকেশ