അർത്ഥം : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
							ഉദാഹരണം : 
							এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
							
പര്യായപദങ്ങൾ : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
അർത്ഥം : পাঞ্জাৱৰ অধিবাসী
							ഉദാഹരണം : 
							ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
							
പര്യായപദങ്ങൾ : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
അർത്ഥം : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
							ഉദാഹരണം : 
							চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
							
അർത്ഥം : পঞ্জাৱত থকা বা বসতি কৰা
							ഉദാഹരണം : 
							সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
							
അർത്ഥം : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
							ഉദാഹരണം : 
							গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ