അർത്ഥം : কিবা কাম কৰা বা নকৰাৰ সম্পর্কত ্কৰা সঠিক নিশ্চিতি
							ഉദാഹരണം : 
							ভীষ্মই আজীৱন ্ব্রহ্মচর্য ব্রত ্পালন কৰাৰ প্রতিজ্ঞা কৰিছিল
							
പര്യായപദങ്ങൾ : প্রতিজ্ঞা
അർത്ഥം : পাশা, জুৱা আদি খেলৰ সময়ত হৰা-জিকাৰ কাৰণে খেলুৱৈৰ সন্মুখত ৰখা বস্তু বা ধন আদি
							ഉദാഹരണം : 
							যুধিষ্ঠিৰে পাশা খেলত দ্রৌপদীক পণ হিচাপে ৰাখিছিল